মহানগৰীৰ কৃত্ৰিম বান সমস্য়াৰ সমাধান সম্ভৱ কেনেকৈ ? ক'লে বিশেষজ্ঞ অভিযন্তাই

8 views · 10mo ago 🎲 Random

এজাক বৰষুণ দিলেই হাহাকাৰ হয় মহানগৰবাসীত । কৃত্ৰিম বানত জনতাই থাকিব লাগে ককবকাই । জানক সমাধান পাব কেনেকৈ ?